ৰাজ্যত পুনৰ জালত পৰিল আন দুই জেহাদী। মৰিগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইক্ৰামূল হুছেইন, মুছাদ্দিক হুছেইন নামৰ দুজনক। জেহাদী মুফতি মুস্তাফাৰে সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ ইমামৰ বেশত অহা দুয়োকে।