ৰঙিয়া মহকুমাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটী গাৱঁৰ এজাক শিক্ষিত যুৱকে কৃষি কৰ্মৰে নিজক স্বাৱলম্বী কৰাৰ আশাৰে সম্প্ৰতি খেতিপথাৰত নামি পৰাত ৰাইজৰ প্ৰশংসা বুতলিবলৈ সক্ষম হৈছে৷উল্লেখ্য যে সম্প্ৰতি ৰাজ্যত ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা প্ৰতিৰোধৰ ই এক বৈপ্লৱিক চিন্তা বুলি সচেতন মহলত চৰ্চিত হৈছে৷মনকৰিবলগীয়া যে এইবেলি অঞ্চলটোত বানপানীয়ে জৰুলা কৰিছিল সকলো ৰাইজকে৷বানপানীৰ পিচত কৃষকে পূনৰ হেপাহৰে ধানখেতি কৰিছিল যদিও প্ৰচণ্ড খৰাং পৰিস্থিতিয়ে এফালৰ পৰা শুকাই গৈছে৷সেয়েহে ৰবিশস্যৰ খেতি কৰাৰ মানস কৰিছে কৃষক সকলৰ লগতে একাংশ শিক্ষিত যুৱকে৷দেওবাৰে বাৰাংহাটী গাৱঁৰ একাংশ শিক্ষিত যুৱক লগ হৈ মুগুমাহৰ খেতি আৰম্ভ কৰে৷পৰবৰ্তী সময়ত সৰিয়হ,আলু,ৰঙালাউ আদি বিভিন্ন উন্নত জাতৰ পাচলিৰ খেতি কৰাৰ আশা কৰিছে যুৱকৰ দলটোৱে৷অবেশ্যই এইক্ষেত্ৰত অসম চৰকাৰৰ কৃষি বিভাগে সহায় কৰাৰ আশ্বাস দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
H-1B Visa धारकों के लिए खुशखबरी, कनाडा में अब ओपन वर्क परमिट पर कर सकेंगे काम, परिजनों को भी होगा फायदा
Canada H-1B Visa: अमेरिकी एच-1बी वीजा (H-1B Visa) धारकों के लिए कनाडा ने...
लोकप्रतिनिधींना नकोशी का झालीये आनंदनगर झोपडपट्टी ? पाहा... TOP NEWS मराठीचा स्पेशल रिपोर्ट
लोकप्रतिनिधींना नकोशी का झालीये आनंदनगर झोपडपट्टी ? पाहा... TOP NEWS मराठीचा स्पेशल रिपोर्ट
Kia की नई SUV टेस्टिंग के दौरान फिर हुई स्पॉट, इंटीरियर की भी मिली झलक
साउथ कोरियाई वाहन निर्माता Kia मोटर्स की ओर से अपने SUV पोर्टफोलियो का विस्तार करने की...
Breaking News: NIA की टीम पर हमला, TMC नेता के यहां जांच के दौरान भीड़ ने की पत्थरबाजी | Mamata
Breaking News: NIA की टीम पर हमला, TMC नेता के यहां जांच के दौरान भीड़ ने की पत्थरबाजी | Mamata