তেইছ বছৰে অভিশপ্ত হৈ ৰ'ল এটা দিন। শিহৰণকাৰী এক ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছিল সেই দিনটোত। ১৯৯৯ চনৰ ১২ ছেপ্টেম্বৰৰ দিনটো আছিল অবিভক্ত শিৱসাগৰ বৰ্তমান চৰাইদেউ জিলাৰ মাহমৰাবাসীৰ বাবে এটা অভিশপ্ত ক'লা দিন। গুপ্তঘাটকে নৃশংসতাৰ পৰিচয় দিছিল সেই দিনটোত। গুপ্তঘাটকে হত্যা কৰিছিল চৰাইদেউ জিলাৰ মাহমৰাৰ দুই নং বৰবিলৰ কৃষক উমা গগৈৰ ছয় জনীয়া পৰিয়ালক। ঘটনা সন্দৰ্ভত কাকতিবাৰী আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পাছত আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও আজিলৈকে ২৩ বছৰে ন্যায় নাপালে পৰিয়ালটোৰ জীৱিত কন্যাই। ইয়াৰ পৰিপ্ৰেক্ষিতত অতিশীঘ্ৰে এই দুৰ্ভগীয়া পৰিয়ালটোক উচিত ন্যায় প্ৰদানৰ দাবী উত্থাপন হৈছে সম্প্ৰতি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
डिंगणी - फुणगुस पुलावर वीज कोसळली, कठड्याच्या उडाल्या ठिकऱ्या; सुदैवाने शाळकरी मुलगा व तरुण बचावला
रत्नागिरी : परतीच्या पावसाने आज सकाळी विजांच्या कडकडाटासह सुरुवात केली. मात्र दुपारच्या सुमारास...
চমুৱাপাৰাত ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ যৌথ উদ্যোগত মেধাৱী ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান
চমুৱাপাৰাত ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ যৌথ উদ্যোগত মেধাৱী ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান
બનાસકાંઠા જિલ્લા ભાજપ :- કિર્તીસિંહ વાઘેલા પ્રમુખ બન્યા બાદ નું નિવેદન.. સાંભળો શુ કહ્યું...
બનાસકાંઠા જિલ્લા ભાજપ :- કિર્તીસિંહ વાઘેલા પ્રમુખ બન્યા બાદ નું નિવેદન.. સાંભળો શુ કહ્યું...
24,797 पदों पर सफाई कर्मचारियों की भर्ती होगी रद्दः
TT
वाल्मीकि समाज के आंदोलन के बाद नए सिरे से भर्ती करने की तैयारी में सरकार
...
કાલોલ ખાતે વૈષ્ણવાચાર્ય ની હાજરીમાં દાન મનોરથ અને નૂતન હવેલીના નિર્માણ કાર્યનો અભિવાદન સમારોહ યોજાયો
કાલોલની દશા લાડ વાડી ખાતે શનિવારે સાંજના સોમવારે પુ. પા ગૌ૧૦૮ શ્રી રવિકુમારજી મહારાજ અને...