বিজেপি কৃষক মর্চা বিহপুৰীয়া নগৰ মণ্ডল সমিতিৰ কাৰ্য্যনিৰ্বাহক সভাখনি আজি ঠেঙাল স্বায়ত্ব পৰিষদৰ অতিথিশালাত সুকলমে অনুস্থিত হৈ যায়। কৃষক মর্চা বিহপুৰীয়া নগৰ মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক মিন্টু শৰ্মাই আঁত ধৰা সভাখনিত সভাপতিত্ব কৰে কৃষক মর্চা বিহপুৰীয়া নগৰমণ্ডলৰ সভাপতি উৎপল বৰাই। উক্ত সভাখনত উপস্থিত থাকে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ঠেঙাল স্বায়ত্ব শাসিত পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য কেশৰাম বৰা,বিহপুৰীয়া পৌৰসভাৰ শ্ৰীযুতা দ্বীপশিখা বৰা,উপ-পৌৰপতি ৰূপালী লুধ দে', জিলা বিজেপিৰ সম্পাদক তৰুণ শইকীয়া,বিহপুৰীয়া নগৰ মণ্ডল বিজেপিৰ উপ সভাপতিদ্বয় ক্ৰমে হৰি প্ৰসাদ ছেত্ৰী, অনিমা বৰুৱা,সাধাৰণ সম্পাদক প্ৰদীপ ভৰালী,বিহপুৰীয়া নগৰ মণ্ডল মহিলা মর্চা,যুৱ মর্চা,এছ টি মর্চাৰ সভাপতি সকল, কৃষক মর্চাৰ বিহপুৰীয়া মণ্ডলৰ বিষয় ববীয়া,কাৰ্য্যনিৰ্বাহক সদস্য আৰু আমন্ত্ৰিত সদস্য সকলৰ লগতে বুথৰ সদস্য সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বটিয়ামাৰী পানী যোগান আচনি এতিয়া এৰাবাৰীত পৰিনত
কলাইগাও বিধানসভা সমষ্টিৰ অন্তৰ্গত বতিয়ামাৰী পানী যোগান আচনিখন এতিয়া এৰাবাৰীত পৰিনত হৈছে।কিয়নো...
समृद्धी महामार्गावरून प्रवास करताना तुम्हाला नेमका किती टोल द्यावा लागेल...?
मुंबई: लवकरच मुंबई आणि नागपूरला जोडणाऱ्या समृद्धी महामार्गावरील नागपूर-शिर्डी या पहिल्या...
Video shot📲by Rawatbhata dam🏞🏝🏞
Video shot📲by Rawatbhata dam🏞🏝🏞
Ap bhi aaye rawatbhata jila chittorgarh rajsthan
DOMS IPO Listing LIVE News | कैसा रहा Listing? अगर किया है Buy तो आगे क्या करें? | BSE | NSE
DOMS IPO Listing LIVE News | कैसा रहा Listing? अगर किया है Buy तो आगे क्या करें? | BSE | NSE