দেওবাৰে Centre Of Medical And Sales Representative's Union (North East Region)ৰ সোণালী জয়ন্তী উপলক্ষে তিনিচুকীয়াৰ ঢেঁকীয়াজুৰি হিন্দী প্ৰাথমিক বিদ্যালয়ত তিনিচুকীয়া শাখাই এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে ।
চিকিৎসা আৰু বিক্ৰী কেন্দ্ৰ (উত্তৰ পূৱ অঞ্চল)ৰ সোণালী জয়ন্তী উপলক্ষে তিনিচুকীয়া শাখাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

