মুকলধাৰ বৰষুণৰ ফলত টীয়কৰ এজাৰগুৰিৰ বৃহৎত্তৰ কৃষিভূমিৰ লগতে কেইবাটাও পথৰ উপৰেৰে পানী বাগৰি যায়। অৱশ্যে পুৱালৈ বানৰ প্ৰকোপ কিছু হ্ৰাস হয়