ৰঙিয়াৰ দলংঘাটত ৰেলৰ দলঙৰে বিপদজনক যাতায়ত নিতৌ হাজাৰ হাজাৰ ৰাইজৰ । জীৱনৰ নিৰাপত্তা নোহোৱাকৈ যাতায়ত কৰিবলৈ বাধ্য হৈছে গঞা ৰাইজ । নিতৌ স্কুল, কলেজৰ ছাত্ৰ ছাত্ৰ...
স্বাধীনতাৰ ৭৫ বছৰ পাছতো BTR অঞ্চলৰ পয়ালগা অৱস্থা। সম্পূৰ্ণ নহল এখন দলং ।ৰেলৰ দলঙেৰে ভয়ানক যাত্ৰা।
