ছিপাঝাৰত জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভ।

ছিপাঝাৰৰ উত্তৰ কৈকাৰাত স্থাপন হ'ল প্ৰকল্পটো।

দুই কোতি চল্লিশ লাখ টকা ব্যয় সাপেক্ষ প্ৰকল্পটোৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।

শনিবাৰে শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে দৰং জিলা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা,আন বিষয়া-কৰ্মীৰ লগতে স্থানীয় ৰাইজ।

প্ৰকল্পটোৰ স্থাপনে কৃষি প্ৰধান অঞ্চলটোৰ কৃষকসকললৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।