নলবাৰী নাট্য মন্দিৰত ৬ পাগ্লাপেইৰা গোষ্ঠীৰ উদ্যোগত দুখনকৈ নাট প্ৰদৰ্শন নলবাৰী নাট্য মন্দিৰত।পৰী শৰণীয়াৰ পৰিচালনাৰে থেংফাখ্ৰী আৰু চুইচাইড নোট নাট প্ৰদৰ্শন।নাট চাৱলৈ নাট্য মন্দিৰত নাট্যপ্ৰেমী ভীৰ।