গহপুৰৰ ডিপৰা অঞ্চলৰ শ্ৰী শ্ৰী মা-কল্যানী দেৱালয়ৰ এক ঐতিহ্য আৰু পৰম্পৰা আছে ।ঐতিহাসিক এই দেৱালয় খন বৰ্তমান আসম চৰকাৰে অসম দৰ্শন আচনিৰে সুন্দৰ কৈ নিৰ্মাণকাৰ্য্য সম্পাদান কৰি আছে । উক্ত দেৱালয় খনৰ নিৰ্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ সম্পকে বুজ লোৱাৰ লগতে দেৱালয় খন পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে গহপুৰ সমষ্টিৰ স্থানীয় বিধায়ক উৎপল বৰাই ।।
Sponsored
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं