দৰঙৰ মহিলা সমাজৰ বাবে সু খবৰ।

নাৰী শিক্ষাৰ বাবে পিছপৰা পূব মঙ্গলদৈত স্থাপন হব এখন মহিলা মহাবিদ্যালয়।

*মঙ্গলদৈ আদৰ্শ মহিলা মহাবিদ্যালয়* খনৰ আজি আধাৰশিলা স্থাপন কৰে অভিভাৱক মন্ত্ৰী চন্দ্রমোহান পাটোৱাৰীয়ে। তেওঁৰ লগত উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন, সাংসদ দিলীপ শইকীয়া আৰু তিনি বিধায়ক ক্ৰমে বসন্ত দাস, পৰমানন্দ ৰাজবংশী আৰু মজিবুৰ ৰহমান।

*আজিৰে পৰা দৰং জিলাত সংযোগ হল আন এটি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়।*

আজিৰে পৰা কাৰ্যক্ষম হল পূব মঙ্গলদৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়।

আজিৰে পৰা দৰং জিলাত 5 টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় হল।

এই কাৰ্য্যালয়টো স্থাপন হোৱাত পূব মঙ্গলদৈ অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হব।