সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰবিন চন্দ্ৰ কোঁৱৰে উদ্বোধন কৰা "অসমৰ প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০: প্ৰত্যাহ্বান আৰু প্ৰত্যাশা" বিষয়ক আলোচনা চক্ৰখন সঞ্চালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° গিৰিণ ফুকনে। আলোচনা চক্ৰ খনত আলোচক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড° অলক কুমাৰ বুঢ়াগোহাঁই আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড° সৌমাৰজ্যোতি মহন্ত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: लोकसभा चुनाव से पहले दिल्ली में 3 करोड़ कैश बरामद, गुरुग्राम से आए थे आरोपी
Breaking News: लोकसभा चुनाव से पहले दिल्ली में 3 करोड़ कैश बरामद, गुरुग्राम से आए थे आरोपी
ચોટીલા પોલીસ મથકે શાંતિ સમિતિની બેઠક યોજાઇ
#buletinindia #gujarat #chotila
নিশা অহা এজাক ধুমুহা আৰু প্ৰৱল বৃষ্টিপাতৰ ফলত গোলাঘাট জিলাৰ
নিশা অহা এজাক ধুমুহা আৰু প্ৰৱল বৃষ্টিপাতৰ ফলত গোলাঘাট জিলাৰ এটা প্ৰান্তত বিস্তৰ...
মমতা বেনাৰ্জীৰ নতুন জিলা ঘোষণাঃ বাহাৰমপুৰৰ পৰা বসীৰহাটলৈ, মুখ্যমন্ত্ৰীৰ ঘোষণা ৭খন নতুন জিলা
মমতা বেনাৰ্জীৰ নতুন জিলা ঘোষণাঃ বাহাৰমপুৰৰ পৰা বসীৰহাটলৈ, মুখ্যমন্ত্ৰীৰ ঘোষণা ৭খন নতুন জিলা...
कोटा: पड़ौसी ने किया जानलेवा हमला, पीड़ित परिवार ने की न्याय की मांग
मामला शहर के विज्ञान नगर थाना क्षेत्र का है जहां पंकज नरेश त्रिवेदी पर पड़ौसी पवन लम्बा द्वारा...