Golaghat Breaking...গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত পৰা নিৰুদ্দেশ হোৱা ছাত্ৰ জিসান হকক উদ্ধাৰ মুম্বাইত ৷ বৃহস্পতিবাৰে একাদশ শ্ৰেণীৰ ছাত্ৰ জিসান হক(১৭) নামৰ ছাত্ৰগৰাকী বিদ্যালয়লৈ অহাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছিল ছাত্ৰজন ৷ অসম আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীয়ে মুম্বাইত উদ্ধাৰ কৰে ছাত্ৰজনক ৷ ছাত্ৰজন নিৰুদ্দেশ হোৱাৰ পিছৰ পৰাই গোলাঘাট আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
Golaghat Breaking.গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত পৰা নিৰুদ্দেশ হোৱা ছাত্ৰ জিসান হকক উদ্ধাৰ
![](https://i.ytimg.com/vi/vamfYJXezpM/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)