হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ডবকা চহৰৰ মাজমজিয়াত থকা পাঞ্জাৱ নেচেনেল বেংকৰ পৰা প্ৰৱঞ্চানাৰে গ্ৰাহকৰ ধন লুটিবলৈ চেষ্টা কৰা এটি ইৰাণী প্ৰুপৰ সদস্যক আটক কৰে ডবকা আৰক্ষীয়ে ৷ ধ়ৃত প্ৰৱঞ্চকটো বিহাৰৰ কুমাৰ শংকৰ ৷ বাতৰি অনুসৰি আজি আবেলি ডবকাস্থিত পাঞ্জীব নেচেনেল বেংকৰ শাখাত মাক্স পৰিহিত এজন যুৱক সন্দেহ জনক অৱস্থাত ঘূৰি ফুৰা দেখা পায় বেংকলৈ অহা একাংশ গ্ৰাহকে ৷ পাছত যুৱক জনক কৰায়ত্ব কৰি একাংশ লোকে যুৱকজনক সোধপোচ কৰে ৷ তেনে সময়তে বেংকলৈ অহা ডবকা চহৰৰ ৫ নং ৱাৰ্ডৰ আবুল হুছেইন নামৰ লোকজনে প্ৰৱঞ্চকটোক চিনি পায় আৰু ৰাইজক অৱগত কৰে ৷ ৰাইজ আৰু বেংকৰ কৰ্মচাৰীয়ে যুৱকজনক কৰায়ত্ব কৰি ডবকা আৰক্ষীক খবৰ দিয়ে ৷ ডবকা আৰক্ষীয়ে ততাতৈয়াকৈ বেংকত৷উপস্থিত হৈ প্ৰৱঞ্চক যুৱকজনক আটক কৰি ডবকা আৰক্ষী থানালৈ লৈ যায় ৷ প্ৰঞ্চকটোৰ লগত থকা আন আন সদস্য সকলক কৰায়ত্ব কৰিবলৈ ইতিমধ্যে ডবকা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ ইফালে প্ৰৱঞ্চক কুমাৰ শংকৰেওঁ প্ৰৱঞ্চনাৰে গ্ৰাহকৰ পৰা ধন লুট কৰি নিয়াৰ কথা সাংবাদিকৰ আগত স্বীকাৰ কৰে ৷ উল্লেখ্য যে যোৱা ২ চেপ্তেম্বৰ তাৰিখে ডবকা চহৰৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা আবুল হুছেইন নামৰ লোকজনক প্ৰৱঞ্চক জনে অতি কৌশলেৰে লুটি নিছিল ৫৫ হাজাৰ টকা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Microsoft के सबसे बड़े इवेंट की तारीख आई सामने, लॉन्च होगा 64GB वाला Surface Studio 2 लैपटॉप
Microsoft अपने नए सरफेस प्रोडक्ट रिलीज के लिए तैयार हो रहा है। कंपनी ने हाल ही में मीडिया और अन्य...
Delhi: EAM Dr S Jaishankar calls on Sri Lankan President Ranil Wickremesinghe.
Delhi: EAM Dr S Jaishankar calls on Sri Lankan President Ranil Wickremesinghe.
ડીસામાં દશનામ ગૌસ્વામી સમાજ પ્રગતિ યુવક મંડળ દ્વારા ગુરુદત્તાત્રેય ભગવાનના મહોત્સવ નું આયોજન કરાયું.
ડીસામાં દશનામ ગૌસ્વામી સમાજ પ્રગતિ યુવક મંડળ દ્વારા ગુરુદત્તાત્રેય ભગવાનના મહોત્સવ નું આયોજન કરાયું.
Kolhapur : राधानगरी धरणाची आजची ड्रोन दृष्ये खास ‘बीपीएन’च्या प्रेक्षकांसाठी...BPN news network
Kolhapur : राधानगरी धरणाची आजची ड्रोन दृष्ये खास ‘बीपीएन’च्या प्रेक्षकांसाठी...BPN...