আঠখেলীয়া নামঘৰৰ সংঘাতক লৈ পূৰ্বৰ নামঘৰ পৰিচালনা সমিতিৰ সাধাৰণ সভা নামঘৰত বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়ন,

ঘটনাৰস্থলীত উপস্থিত দণ্ডাধীক, অতিৰিক্ত উপায়ুক্ত।

তলা ভাঙি কাযালয়ত প্ৰৱেশ নামঘৰ পৰিচলনা  সমিতিৰ।

পৰিচালনা সমিতিৰ সৈতে সাধাৰণ সভাত অংশগ্ৰহণ নকৰা সিদ্ধান্ত কৰ্ণধৰা সমিতিৰ।

অভিযোগ প্ৰতিযোগৰ আঙুলি দুয়োপক্ষৰ।