উৎকোচ লৈ পুনৰ জালত দুই চৰকাৰী বিষয়া-কৰ্মচাৰী। গোসাইগাঁৱৰ বন বিষয়া কামিনী নাৰ্জাৰীক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ গোসাইগাঁৱৰ বন সুৰক্ষাকৰ্মী প্ৰবীণ ব্ৰহ্মক। উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ দুই বিষয়া-কৰ্মচাৰী

দুৰ্নীতি নিবাৰক শাখাৰ জালত ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰী

বিভাগীয় এটা গোচৰ নিষ্পত্তিৰ বাবে দাবী কৰিছিল ধন।