মৰিগাঁও জিলাৰ জালুগুটি আঞ্চলিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত হল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন।