আজি ৫ ছেপ্টেম্বৰ ড°ভুপেন হাজৰিকা দেৱৰ জন্মদিন । সমগ্ৰ অসম তথা বিশ্ববাসীয়ে জন্মদিন পালন কৰি সুধাকন্ঠক স্মৰণ কৰিলে । 

জনপ্ৰিয় গুগলেও আজি গুগলৰ ডুডলত পালন কৰিলে জন্মদিন ।