মাজুলীত সামান্য ডায়েৰীয়াতে মৃত্যু এজন যুৱক ৷ 

মাজুলী জিলা ঘোষনা হোৱাৰ সাঁতবছৰ ৷

আজিও উন্নত নহল মাজুলীৰ স্বাস্থ্য ব্যৱস্থা 

সাংবাদিকৰ সন্মুখত মাজুলীৰ লগতে অসমৰ চিকিৎসা খণ্ডৰ দুখজনক অৱস্থাৰ কথা স্বীকাৰ লক্ষিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ ৷