চৰাইদেউ জিলাৰ অসম অৰুণাচলৰ সীমা সমস্যা সম্পৰ্কীয় সভাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ

অসমৰ মাটি অৰুণাচলক এৰি নিদিয়াৰ হুংকাৰ অসমৰ জনতাৰ। অসমৰ চৰাইপুঙৰ মাটিত থকা অৰুণাচল আৰক্ষীৰ গেট উঠাই দিয়াৰ দাবী‌।।সভাৰ অন্তত উত্তপ্ত হৈ পৰিল সভাস্থলি।মুক্তভাৱে অসমৰ লোকে বক্তব্য প্ৰদানৰ সুবিধা নোপোৱা অভিযোগ।