অসম আৰক্ষীৰ উদ্যোগত মৰান তিলৈজান খেলপথাৰত মৰান আৰু টিংখং থানাৰ মাজত অনুস্থিত ফুটবল খেলখন অমিমাংসিত হৈ থাকিল।

তিলৈজান চাহবাগানৰ পৰিচালক বিশ্বজিত গগৈয়ে উদ্বোধন কৰা অসম আৰক্ষী  আন্তঃজিলা ফুটবল লীগ খনত নিৰ্দ্ধাৰিত সময়ত দুয়োদলে এটাও গল দিব নোৱাৰাত খেলখন অমিমাংসিত হৈ ৰয়।

খেলত মৰান আৰক্ষী থানা দলৰ নেতৃত্ব মৰান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে দিছিল।