*দৰং জিলাৰ বিভিন্ন অঞ্চলত চোৱাই ফ্লুৰ আতংক।জিলা খনৰ পাথৰিঘাট , কমাৰপাৰা আৰু গধীয়া পাৰাত গাহৰিৰ গাত চোৱাই ফ্লু।*বানপানীৰ পিছতেই জিলা খনত গাহৰিৰ গাত দেখা দিছে এই বিধ ৰোগে। তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। মঙ্গলদৈৰ নিকটৱৰ্তী কমাৰপাৰাত প্ৰশাসনে একে দিনাই 150 গাহৰি হত্যা কৰি পুতি থলে গাঁতত। চিন্তিত জিলাখনৰ গাহৰি পালক সকল।গাহৰিৰ গাত দেখা দিয়া এই বিধ ৰোগৰ বাবে মানুহ চিন্তিত হোৱাৰ কাৰণ নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान के इन 3 जिलों को होगा भारी नुकसान! गहलोत सरकार के इस फैसले को पलटेगी भजनलाल सरकार
राजस्थान की भजनलाल सरकार पूर्ववर्ती गहलोत सरकार के और फैसले को पलटे जा रही है। अब राज्य सरकार...
સુરેન્દ્રનગરમાં રવિવારે પક્ષીઓ માટે પાણીનાં કુંડાનું વિતરણ કરશે
સુરેન્દ્રનગર કેમીસ્ટ એસોસીએશન દ્વારા દર વર્ષની જેમ આ વખતે પણ તા.23ને રવિવારના રોજ સવારે 9.30...
🛑বশিষ্ঠত যান বাহন আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ।
🛑বশিষ্ঠত যান বাহন আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ।
जानिए कैसा रहा अगस्त 2023 में ऑटोमोबाइल सेक्टर, क्या कुछ हुआ खास
चलिए देखते हैं अगस्त के इतने दिनों में क्या कुछ देखने को मिला है।मीडिया रिपोर्ट्स के मुताबिक...
દિયોદર ખાતે ભાજપ ના ઉમેદવાર કેશાજી ચૌહાણ ની મુલાકાત કરતા નરેન્દ્રમોદી વિચાર મંચ ના હોદેદારો ,,
દિયોદર ખાતે ભાજપ ના ઉમેદવાર કેશાજી ચૌહાણ ની મુલાકાત કરતા નરેન્દ્રમોદી વિચાર મંચ ના હોદેદારો ,,...