মাজুলীৰ জিলাৰ সপ্তম বৰ্ষ পুতি উপলক্ষে জেংৰাইমুখইমুখ তিনিআলিত পৰিবহণ বিভাগৰ সহকাৰী পৰ্বতক  উপস্থিত হৈ সজাগতা ৰেলি অনুষ্ঠিত কৰে। 

মটৰচাইকেল আৰু চাৰিচুকীয় বাহনৰ চালকে মানি চলিব লগা দিশ সমুহৰ উপৰত মাইক যুগে সকলোকে জনোৱা ৰ লগতে পথাচাৰিক সজাগ কৰা পৰিলক্ষিত হয়।