মঙ্গলবাৰে পুৱা তিনিচুকীয়াৰ ৰেল ষ্টেচনৰ পৰা কৰ ফাঁকিৰে তিনিচুকীয়ালৈ অনা ৬ বস্তা কাপোৰ আৰক্ষীয়ে জব্দ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই ।

Sponsored

चाणक्य एकेडमी बूंदी (राजस्थान )

बूंदी के सभी विधार्थियो के लिए खुशखबरी...अब 1 जुलाई से चाणक्य एकेडमी फिर से सभी प्रतियोगी परीक्षाओं के नए बैच प्रारंभ करने जा रही है। जिसमे आप CET/पटवार/LDC शिक्षक भर्ती REET सभी भर्तियों के लिए आवेदन कर सकते हैं। अभी प्रवेश पर आपको 30% की छूट दी जाएगी। चाणक्य की अनुभवी फैकल्टी द्वारा आपको अध्ययन कराया जाएगा।

তিনিচুকীয়াত চলি থকা অবৈধ কাপোৰৰ ব্যৱসায় সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তথ্য লাভ কৰি তদন্ত প্ৰক্ৰিয়া চলাই থকা বুলি মন্তব্য কৰি অতিশীঘ্ৰে এই কাৰ্য্যত জড়িত সকলোৰে ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰে তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক গৰাকীয়ে ।