মৰিগাঁও জনসংযোগ বিষয়াৰ কাৰ্যালয়ত ' মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন ' সাংবাদিক, জনপ্ৰতিনিধিৰ মাজত বিতৰণ।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বক্তৃতা সংকলন ' মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন ' নামেৰে প্ৰকাশিত গ্ৰন্থখন মৰিগাঁও জিলাৰ সাংবাদিক, জনপ্ৰতিনিধি সকলকে ধৰি জ্যেষ্ঠ নাগৰিক সকললৈ বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰদান কৰাত জিলা জনসংযোগ বিভাগৰ কৰ্মচাৰীয়ে তেওঁৰ লোকৰ হাতত প্ৰদান কৰে।
মৰিগাঁও জনসংযোগ বিষয়াৰ কাৰ্যালয়ত ' মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন ' সাংবাদিক, জনপ্ৰতিনিধিৰ মাজত বিতৰণ

