প্ৰকৃতিপ্ৰেমী মঞ্চ অসম আৰু স্বেচ্ছাসেৱী সংগঠন সহায়ৰ কৰ্মকৰ্তা সকলে মৰিগাঁৱৰ বৰঙাবাৰীৰ পৰা উদ্ধাৰ কৰে ৮ কিলোপ্ৰাম ওজন আৰু ১১ ফুট দৈঘ্যৰ এটা বিৰল প্ৰজাতিৰ বাৰ্মীজ পাইথন ৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, উক্ত বাৰ্মিজ পাইথানটোৰ অৱস্থিত বিগত বানপানীৰ সময়ৰ পৰাই ৰাইজে পাইছিল । কিন্তু এইক্ষেত্ৰত নিশ্চিত হব পৰা নাছিল যদিও আজি পুৱাই স্থানীয় এঘৰৰ হাঁহ খায় এজোপা বাঁহগছত উঠি থকা প্ৰত্যক্ষ কৰি গাঁৱৰে দুই যুবক মানস আৰু প্ৰীয়মে। লগে লগে প্ৰকৃতিপ্ৰেমী যুবক হিতেশ শৰ্মাক খৱৰ দিয়ে। স্থানীয় ৰাইজৰ সহযোগত শৰ্মাই এই বিশেষ প্ৰজাতিৰ অজগৰটো কৌশলেৰে বাঁহগছৰ পৰা অসুবিধা নোহোৱাকৈ নমাই তেতেলীয়া পাহাৰৰ সুৰক্ষিত স্থানত এৰি দিয়ে ৷ মৰিগাঁৱৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমীৰূপে পৰিচিত হিতেশ শৰ্মাই জনোৱা মতে উত্তৰ পূৰ্বাঞ্চলত সামান্য পৰিমানেহে দেখিবলৈ পোৱা যায় এই বাৰ্মিজ পাইথন । সাধাৰণতে অতিশয় খঙাল আৰু শক্তিশালী এই প্ৰজাতিৰ অজগৰ সমগ্র পৃথিৱীতেই বিৰল ৷ সেয়েহে ইয়াক সংৰক্ষণ কৰাতো খুবেই প্ৰয়োজন বুলিও কলে প্ৰকৃতিপ্ৰেমী গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુર તાલુકાના સુસ્કાલ ગામે ટ્રકની ટક્કરથી બાઇક ચાલકનું ઘટના સ્થળ પર મોત
પાવીજેતપુર તાલુકાના સુસ્કાલ ગામે ટ્રકની ટક્કરથી બાઇક ચાલકનું ઘટના સ્થળ પર મોત
...
शासन दरबारी न्याय मिळत नसल्याने 17 तारखेला करणार आत्मदहन@news23marathi
शासन दरबारी न्याय मिळत नसल्याने 17 तारखेला करणार आत्मदहन@news23marathi
Breakingগোলাঘাটৰ মহিমা চাহ বাগিচাৰ ৱেলফেয়াৰ মেনেজাৰ উপৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমনশুক্ৰবাৰে
Breaking
গোলাঘাটৰ মহিমা চাহ বাগিচাৰ ৱেলফেয়াৰ অফিচাৰ উপৰত দুৰ্বৃত্তৰ আক্ৰমন
শুক্ৰবাৰে...
विरोधक हा दिलदार असायला हवा – दसरा मेळाव्यावरून सुप्रिया सुळेंचा विरोधकांना टोमणा
विरोधक हा दिलदार असायला हवा – दसरा मेळाव्यावरून सुप्रिया सुळेंचा विरोधकांना टोमणा
થરા કોલેજ દ્વારા યુવા રોજગારલક્ષી તાલીમનું આયોજન કરવામાં આવ્યું.
થરા કોલેજમાં ટાટા કંસલટન્સી સર્વિસ દ્વારા યુવા રોજગારલક્ષી તાલીમનું આયોજન કરવામાં આવ્યું.
...