পৰম্পৰাগত ৰীতি-নীতিৰে কৰম পৰৱ উদযাপন ৷খুমটাইৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হ'ল কৰম পৰৱ। এই দৃশ্য খুমটাইৰ সেন্দুৰীটিঙৰ । সেন্দুৰিটিং খেলপথাৰত কেন্দ্ৰীয়ভাৱে পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে আয়োজন কৰিছে কৰম পৰৱ । তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৰম পৰৱত ওৰে ৰাতি ঝুমুৰ নাচি মতলীয়া হৈছে ডেকা-গাভৰুসকল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কাৰেংঘৰ প্ৰাঙ্গণত ৰাষ্ট্ৰীয় একতা দৌৰ
সমগ্ৰ ৰাজ্যৰ লগতে গড়গাঁও কাৰেংঘৰ প্ৰাঙ্গণত ৰাষ্ট্ৰীয় একতা দিৱসত একতা দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়...
2024 Hero Splendor + XTEC 2.0 में हुए हैं ये 5 बदलाव, नए अवतार में हो गई है इतनी खास
लुक के मामले में स्प्लेंडर+ XTEC 2.0 ने अपने आइकॉनिक सिल्हूट को बरकरार रखा है। इसमें आगे की तरफ...
આપ પ્રદેશ પ્રમુખ ઈસુદાન ગઢવીએ Adipurush ફિલ્મને બેન કરવાની માંગણી કરી, મુખ્યમંત્રીને કરી રજૂઆત...
આપ પ્રદેશ પ્રમુખ ઈસુદાન ગઢવીએ Adipurush ફિલ્મને બેન કરવાની માંગણી કરી, મુખ્યમંત્રીને કરી રજૂઆત...
Analysis with Devanshi|Corornaના નિયમ છે કે માત્ર વાતો જ?|દેશમાં Love-Jehadની આટલી ચર્ચા કેમ?
Analysis with Devanshi|Corornaના નિયમ છે કે માત્ર વાતો જ?|દેશમાં Love-Jehadની આટલી ચર્ચા કેમ?