গেছ এজেঞ্চিৰ পৰা অনা ৰন্ধনগেছৰ চিলিণ্ডাৰটো আপুনি কেতিয়াবা জুখি চাইছেনে? নিৰ্ধাৰিত গেছতকৈ ৬/৭ কেজিলৈকে গেছ কম থাকিব পাৰে একোটা চিলিণ্ডাৰত।

ৰন্ধনগেছৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰাৰ সময়তে চিলিণ্ডাৰত কম পৰিমাণৰ গেছ যোগান ধৰি ৰামটাঙোন সোধাইছে জনতাক। গোলাঘাটত যোগান বিভাগৰ এক অভিযানত উন্মোচিত হৈছে ভয়ংকৰ সত্য।