বাদুলিপাৰৰ তাজমিন কচিং চেন্টাৰত ব্যতিক্ৰমীভাৱে ছাত্ৰ-ছাত্ৰী সকলে উদযাপন কৰিলে শিক্ষক দিৱস ৷ বাদুলিপাৰৰ ফয়জুল হুছেইনৰ উদ্যোগত ২০০৯ চনত স্থাপিত কচিং চেন্টাৰটোত শিক্ষক দিৱস উপলক্ষে সৰ্বপল্লী ৰাধাকৃষ্ণণলৈ প্ৰথমে শ্ৰদ্ধা জ্ঞাপন কৰি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ কচিং চেন্টাৰটোৰ ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক ফয়জুল হুছেইনক গামোচা পিন্ধাই বিভিন্ন উপহাৰ প্ৰদান কৰি শ্ৰদ্ধা জ্ঞাপন কৰে । বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল প্ৰাক্তন শিক্ষক দেৱৰঞ্জন বৰুৱা আৰু ছাত্ৰ নেতা উৎপল ৰবিদাস ৷ ছাত্ৰ-ছাত্ৰী সকলে নিজা প্ৰচেষ্টাত আয়োজন কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীত বহুমূলীয়া বক্তৃতা প্ৰদান কৰে বিশিষ্ট অতিথি সকলে । আনহাতে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ বাবে সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ল শিক্ষক দিৱসৰ কাৰ্যসূচীত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
टाइगर का शिकार बेहद गंभीर लापरवाही पर हो कड़ी कार्यवाही सांसद बीडी शर्मा
टाइगर का शिकार बेहद गंभीर, लापरवाही पर हो कड़ी कार्यवाही - सांसद बीडी शर्मा
वन विभाग...
Fish oil benefits for bodybuilding or weight loss. Fish oil has numerous health benefits
Fish oil benefits for bodybuilding or weight loss. Fish oil has numerous health benefits
Premature Ejaculation | How to increase sex time | शीघ्रपतन के कारण और उसका ईलाज | Dr Imran Khan
Premature Ejaculation | How to increase sex time | शीघ्रपतन के कारण और उसका ईलाज | Dr Imran Khan