নামটি খেজুৰিতল জ্ঞানজ্যোতি বিদ্যাপীঠত শিক্ষক দিৱস উদযাপন । শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বৰপাত্ৰদ'ল উচ্চ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী সুৱন্তী দত্ত ভূঞাক এই বৰ্ষৰ জ্ঞানজ্যোতি বঁটা ২০২২ আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।