সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কায্যালয়ৰ সভাগৃহত জিলা পয্যায়ৰ পঞ্চম পোষণ মাহ ২০২২ আৰু মাত্ৰু বন্দনা সপ্তাহ ২০২২ৰ শুভ উদ্বোধন কায্যসূচী অনুষ্টিত কৰে। অতিৰিক্ত উপায়ুক্তৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, মহাবিদ্যালয়ৰ অধ্যক্ষ, আশাকৰ্মী, অংগনবাড়ী কৰ্মীৰ লগতে বহুসংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠানটো সম্পন্ন হয় ৷ পৰৱৰ্তী সময়ত চহৰখনত পঞ্চম পোষণ মাহ ২০২২ আৰু মাত্ৰু বন্দনা সপ্তাহ ২০২২ৰ লগতে সংগতি ৰাখি চহৰখনত এক সজাগতামূলক ৰথ যাত্ৰা বাহিৰ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'ৱাৰিৱৰ্ছ' মাজুলী জিলা সমিতিৰ উদ্যোগত কেক্ প্ৰস্তুতকৰণ কৰ্মশালা
মহিলা সৱলীকৰণৰ লক্ষ্যৰে গঠিত হোৱা স্বেচ্ছাসেবী অনুষ্ঠান ৱাৰিৱৰ্ছ মাজুলী জিলা সমিতিৰ উদ্যোগত ১০...
બિહાર કેબિનેટ વિસ્તરણઃ બિહારમાં આજે કેબિનેટ વિસ્તરણ, તેજ પ્રતાપ પણ બની શકે છે મંત્રી, જાણો સંપૂર્ણ સમીકરણ
બિહારમાં ભાજપ છોડીને નીતિશ કુમાર તેજસ્વી યાદવના દરબારમાં પહોંચ્યા છે. આરજેડી અને જેડીયુની નવી...
કુછડી નજીક દરિયાકાંઠે હજારો ગાયોના મૃતદેહ ખુલ્લામાં જોવા મળ્યા: કોંગ્રેસ
કુછડી નજીક દરિયાકાંઠે હજારો ગાયોના મૃતદેહ ખુલ્લામાં જોવા મળ્યા: કોંગ્રેસ
ડીસાના વિશ્રામ ગૃહ નજીક પિકઅપ ડાલાએ પલ્ટી મારી..
ડીસાના વિશ્રામ ગૃહ નજીક પિકઅપ ડાલાએ પલ્ટી મારી..
मोनालिसा की दिलकश अदाएं और मृणाल ने किलर लुक से किया घायल, पढ़ें आज का सेलिब्रिटी अपडेट
अभिनय की दुनिया से रोजाना फैंस के लिए मनोरंजन से जुड़ीं कई खबरें सामने आती रहती हैं।इसके अलावा...