১৯৯১ চনত জন্ম লাভ কৰা সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ মৰাণ ৩২ সংখ্যক ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন এইবাৰ মৰাণত অনুষ্ঠিত হ’ব৷ এই উপলক্ষে গত ২ ছেপ্টেম্বৰত মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুৰূপা বৰাৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মৰাণ শাখা মহিলা কৰ্মচাৰ্ৰী সন্থাৰ সম্পাদিকা জ্যোতি দেউৰীয়ে৷ সভাত সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ প্ৰাক্তন কাৰ্যকৰী সভানেত্ৰী দীপালী দত্ত শইকীয়া, মৰাণ মহাবিদ্যালয় অধ্যক্ষা ড॰ মিতালী কোঁৱৰ, মৰাণ শাখা মহিলা কৰ্মচাৰী সন্থাৰ সভানেত্ৰী ড॰ মামণি ফুকন বৰগোহাঁই, সন্থাৰ বিষয় ববীয়া আইভিলতা চুতীয়া, নীলিমা তালুকদাৰ, চিত্ৰলেখা গগৈকে মুখ্য কৰি কেইবাগৰাকীও মহিলা কৰ্মচাৰীয়ে বক্তব্য দাঙি ধৰে৷ সভাই অহা ১০ আৰু ১১ ডিচেম্বৰত মৰাণ কণিষ্ট মহাবিদ্যালয়ত সন্থাৰ মৰাণ শাখাৰ আতিথ্যত তথা খোৱাং শাখাৰ সহযোগত অধিৱেশনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়৷ উক্ত সভাই ড॰ মামণি ফুকন বৰগোহাঁইক সভানেত্ৰী, ড॰ নিশি বৰগোহাঁইক কাৰ্যকৰী সভানেত্ৰী আৰু জ্যোতি দেউৰীক সম্পাদিকা হিচাপে লৈ ২১ জনীয়া এখন অভ্যৰ্থনা সমিতি গঠন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Top 5 Bollywood News: Kangana Ranaut की फिल्म Tejas का ट्रेलर आउट, तारीफ करते नहीं थक रहे लोग
Top 5 Bollywood News: Kangana Ranaut की फिल्म Tejas का ट्रेलर आउट, तारीफ करते नहीं थक रहे लोग
વલભીપુર શહેરના તાલુકામાં આજે રક્ષાબંધનની ઉજવણી કરવામાં આવી હતી
વલભીપુર શહેરના તાલુકામાં આજે રક્ષાબંધનની ઉજવણી કરવામાં આવી હતી
बड़ी घोषणा क्षतिपूर्ति के लिए मिलेंगे 32000 रुपये प्रति हेक्टेयर
MP: किसानों के लिए CM शिवराज सिंह की बड़ी घोषणा, क्षतिपूर्ति के लिए मिलेंगे 32000...