হোজাইত খাদ্যৰ সন্ধানত জনাঞ্চলত ওলাই অহা বনৰীয়া হাতীৰ মাজত চলিছে ক্ষমতাৰ যুজঁ।।কি পোৱালি হাতী কি ডাঙৰ হাতী এটা আনটোৰ সৈতে লাগিছে যুজঁ।।পোৱালি হাতীয়ে পোৱালী হাতীৰ সৈতে যুজঁ কৰাৰ বিপৰীতে ডাঙৰ হাতীয়ে ডাঙৰ হাতীৰ সৈতে কৰিছে তুমুল যুজঁ।এয়া হোজাইৰ দীঘলবালি অঞ্চলৰ মুকলি পথাৰত দেখিবলৈ পোৱা দৃশ্য।খাদ্যৰ সন্ধানত জনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে দিন দুপৰতে মুক্ত বিচৰন কৰাৰ লগতে এটাই আনটোৰ লগত যুজঁ লগাৰ দৃশ্য বন্দী হৈছে ।যুঁজৰ মাজতে মাটিত বাগৰিও পৰিছে হাতী।বোকা পানীৰ মাজত চলা যুঁজৰ এই দৃশ্য চাবলৈয়ো ভিৰ কৰে অঞ্চলটোৰ লোক সকলো।মুঠৰ ওপৰত বনৰীয়া হাতীৰ যুজঁ,আৰু বোকা পানীৰ মাজত কৰা খেল ধেমালিৰ দৃশ্যই আমোদ দিছে অঞ্চলটোৰ লোকসকলক।ইফালে দিনৰ পোহৰত মুকলি স্থানত মুক্ত বিচৰন কৰা হাতীৰ বৃহৎ জাকটো নিশা হলেই গাঁওত প্ৰৱেশ কৰি তাণ্ডৱ চলাই বুলি ৰাইজে কৰিছে মন্তব্য ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુધા ના સાસતાપુર ખાતે રોડ નું ખાતમુહરત
આજ રોજ સાસ્તપુર ગામે કડી - સાસ્તપુર રોડ થી સ્મશાન તરફ જતા નોન પ્લાન રસ્તાનું ખાતમુહૂર્ત કરવામાં...
દાદરા નગર હવેલી: મુસાફરો ભરીને જતી વેળા બસના ચાલકે સ્ટીયરીંગ પરથી કાબૂ ગુમાવતા સર્જાયો અકસ્માત
દાદરા નગર હવેલી: મુસાફરો ભરીને જતી વેળા બસના ચાલકે સ્ટીયરીંગ પરથી કાબૂ ગુમાવતા સર્જાયો અકસ્માત
सेंट्रल एशिया हैंडबॉल चैंपियनशिप में कांस्य पदक जीतने पर शाहरूख गौरी का किया इस्तकबाल
बूंदी। राज. अधिकारी कर्मचारी माइनोरिटी एसोसिएशन रकमा संगठन ने ताशकंद उज़्बेकिस्तान में सेंट्रल...
ঘিলামৰাত ৪০সংখ্যক অভিৰুচি ক্ৰিয়া দিৱস পালন।
ঘিলামৰাত ৪০সংখ্যক অভিৰুচি ক্ৰিয়া দিৱস পালন।
। ঢকুৱাখনা মাষ্টাৰ্ছ এথলেটিক্স ক্ৰীড়া সন্হা...
મુડેઠા ગામમાં વરસાદ વરસ્યો
બિપરજોય વાવાઝોડાના પગલે મુડેઠા ગ્રામીણ વિસ્તારમાં વરસાદ થતાં ખેડૂતો ચિંતિત....
બિપરજોય...