মৰাণত ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয় । মৰাণৰ তিলৈ নগৰ বহুমুখী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন আৰু মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ উপস্থিত থাকে । বিজেপিৰ খোৱাং আৰু লৰুৱা মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্য্যসূচীত কংগ্ৰেছ দলৰ বহু কৰ্মীয়ে বিজেপিত যোগদান কৰে । বিধায়ক চক্ৰধৰ গগৈয়ে দাবী কৰা মতে প্ৰায় দুই হাজাৰ লোকে শাসকীয় দলটোত যোগদান কৰিছে । মনকৰিবলগীয়া যে একেটা প্ৰেক্ষাগৃহতে দুদিনমানৰ পূৰ্বে আম আদমি পাৰ্টীত বহু সংখ্যক লোকে যোগদান কৰিছিল । আপৰ এই যোগদান কাৰ্য্যসূচীক লৈ মৰাণত ব্যাপক চৰ্চা হোৱাও দেখিবলৈ পোৱা গৈছিল
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
France फ्रांस में संसद भंग होने के बाद कैसे करवट लेगी राजनीति? (BBC Hindi)
France फ्रांस में संसद भंग होने के बाद कैसे करवट लेगी राजनीति? (BBC Hindi)
Additional Surveillance Measure: क्या होता है ASM फ्रेमवर्क, क्यों इस लिस्ट में शामिल की जाती हैं कंपनियां
नई दिल्ली, बिजनेस डेस्क। आपने पिछले कुछ महीनों में सुना होगा कि अदाणी ग्रुप पर अमेरिकी...
વડોદરામાં મોકસીરોડ પર આવેલી નેકટરહોમ કંપનીમાં ATSએ દરોડા પાડી 1000 કરોડનું ડ્રગ્સ ઝડપ્યો
રાજ્યમાં ડ્રગ્સનો દૂષણ ખૂબ જ હદે ફુલફાલી રહ્યો છે, કેટલાક દેશીવિરોધી તત્વો દેશમાં આંતરારાષ્ટ્રીય...