বীৰ লাচিত সেনাৰ চাৰি সদস্যক অতিশীঘ্ৰে মুক্তিৰ দাবীৰে দেওবাৰে তিনিচুকীয়াৰ ডিগবৈত  বীৰ লাচিত সেনাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

সংগঠনটোৰ ডিগবৈ আঞ্চলিক সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি অতিশীঘ্ৰে আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰা গুৱাহাটী মহানগৰ বীৰ লাচিত সেনাৰ চাৰি সদস্যক মুক্তিৰ দাবী জনাই ।