বৰ্তমান ৰাজ্য চৰকাৰে একাংশ মছজিদ আৰু চৰাঞ্চলত চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে লাহৰীঘাটত অসম মিঞা(অসমীয়া) যুৱ পৰিষদৰ প্ৰতিবাদ।সংগঠনটোৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু লাহৰীঘাট আঞ্চলিক সমিতিৰ সহযোগত দেওবাৰে লাহৰীঘাট বজাৰত চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়।