যুৱ শক্তি-ৰাষ্ট্ৰ শক্তি এই মতাৰ্দশৰে কাম কৰা  ভাৰতীয় জনতা যুৱ মৰ্চা , মাজুলী জিলা সমিতিৰ  দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয় ৷ 

সভাত মাজুলীৰ বিধায়ক ভুৱন গাম , ৰাজ্যিক যুৱমৰ্চাৰ মেডিয়া আহ্বায়ক বিশ্বজিৎ খাউণ্ডে ভাষন প্ৰদান কৰে ৷  আদৰনী ভাষন প্ৰদান কৰে মাজুলী জিলা যুৱ মৰ্চাৰ সভাপতি বেদপ্ৰতিম বৰাই ৷