মাজুলীৰ শংকৰী নৃত্যৰ সাধক প্ৰিয়াশ্ৰীয়ে দীৰ্ঘদিনৰ পৰা নৃত্যৰ চৰ্চা কৰি আহিছে  ৷ 

মাজুলীৰ বিভিন্ন সভা - সমিতি আৰ্কশনীয় হবলৈ প্ৰয়োজন হয় প্ৰিয়াশ্ৰীৰ নৃত্য 

শঙ্কৰী নৃত্য পৰিৱেশন কৰি শিল্পী প্ৰিয়াশ্ৰী মেধিয়ে মুহিলে দৰ্শকক