হোজাইত বান সাহায্যৰ নামত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ উত্থাপিত হৈছে অভিযোগ।মুঠৰ ওপৰত হোজাইৰ ৰাইকটা অঞ্চলত প্ৰকৃত হিতাধিকাৰীক বান সাহায্যৰ পৰা বঞ্চিত কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।অঞ্চলটোৰ দৰিদ্ৰ বাসন্তী দাসৰ বাসগৃহ বানপানীত হৈছিল ক্ষতিসাধন।তেতিয়াৰ পৰা ঘৰ টোত মানুহ থকাৰ নাই কোনো পৰিবেশ।ইফালে দৰিদ্ৰ হোৱা হেতুকে এতিয়াও ঘৰটো মেৰামতি কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালটো।ইফালে চৰকাৰে প্ৰদান কৰা সাহায্যৰ পৰাও বঞ্চিত দুৰ্ভগীয়া পৰিয়ালটো।ইফালে প্ৰকৃত হিতাধিকাৰী বান সাহায্যৰ পৰা বঞ্চিত হোৱাত গাঁওৰ ৰাইজে চক্ৰ বিষয়া,উপায়ুক্ত,দুৰ্নীতি নিৰ্বাৰক শাখা আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে অভিযোগ
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ahmedabad: ચાઇનિઝ પલાસ્ટિક દોરી નું વેચાણ અને કરતા આટલા બધા ઇસમની પોલીસે કરી ધરપકડ, જાણો કેટલા કેસ..
ahmedabad: ચાઇનિઝ પલાસ્ટિક દોરી નું વેચાણ અને કરતા આટલા બધા ઇસમની પોલીસે કરી ધરપકડ, જાણો કેટલા કેસ..
Seema Haider को घर से उठा ले गई UP ATS, सादी वर्दी में पहुंची थी पुलिस | BREAKING NEWS | UP Police
Seema Haider को घर से उठा ले गई UP ATS, सादी वर्दी में पहुंची थी पुलिस | BREAKING NEWS | UP Police
हल्द्वानी के बाहरी इलाकों से हटा कर्फ्यू, बनभूलपुरा में अभी भी लागू; स्कूल बंद
हल्द्वानी के बाहरी इलाकों से कर्फ्यू हटा लिया गया है लेकिन बनभूलपुरा इलाके में कर्फ्यू अब भी लागू...