সোণাৰি সমষ্টিৰ বৰাচালি মৌজাৰ অন্তৰ্গত বৰহাটত থকা ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰাৰ দাবী উত্থাপন কৰিছে টাই সাহিত্য সাংস্কৃতিক পৰিষদৰ। আহোম ৰাজত্বকালৰ কীৰ্তিচিহ্ন সমূহ একাংশ লোকৰ দ্বাৰা বেদখল হৈ থকাৰ পৰিপ্ৰেক্ষিতত সেইসমূহ সম্প্ৰতি এলাগী হৈ পৰাৰো অভিযোগ সংগঠনটোৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত অতিশীঘ্ৰে এই সমূহ বেদখল মুক্ত কৰি সংৰক্ষণৰ লগতে সৌন্দৰ্য বৰ্ধন কৰাৰ দাবী উত্থাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ट्रैक्टर की टक्कर से बाइक सवार दो युवक की मौत का मामला परिजनों ने मोचड़ी पर धरना देकर जताया आक्रोश
कोटा
ट्रैक्टर की टक्कर से बाइक सवार दो यूवक की मौत का मामला
परिजनों ने मोर्चरी के बाद...
উন্নয়ন নিবিচৰা কেইজনমান লোকৰ বাবে বিদ্যালয়খন স্থাপন কৰিব পৰা হোৱা নাই
উন্নয়ন নিবিচৰা কেইজনমান লোকৰ বাবে বিদ্যালয়খন স্থাপন কৰিব পৰা হোৱা নাই
एकदम नया डिजाइन, कैमरा भी मिलेगा तगड़ा; iPhone 17 में बहुत कुछ होगा खास
iPhone 17 रेंडर इमेज से पता चलता है कि इसमें कैमरा सेंसर के लिए ऊपर की ओर पिक्सेल जैसी हॉरिजॉन्टल...
Randeep Surjewala Full PC: चुनाव के बीच किसानों पर गरमाई सियासत | Madhya Pradesh Election | Aaj Tak
Randeep Surjewala Full PC: चुनाव के बीच किसानों पर गरमाई सियासत | Madhya Pradesh Election | Aaj Tak
ફતેપુરા તાલુકા મામલતદાર તરીકે ચાર્જ સંભાળતા આર.પી.ડીંડોર.
ફતેપુરા તાલુકા મામલતદાર તરીકે ચાર્જ સંભાળતા આર.પી.ડીંડોર.