মৰিগাঁও আৰু ভূৰাগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ভূৰাগাঁও চাৰিআলিৰ পৰা এটা তিৰৰ বুকিক গ্ৰেপ্তাৰ। ধৃত তিৰৰ বুকিটোৰ নাম ৰাজ আলী,ধৃত ৰাজ আলীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত চলাই আহিছিল অবৈধ তীৰৰ ৰমৰমীয়া বেহা। 

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं