আজি পুনৰ ভাৰত পাকিস্তানৰ খেল 

* আজি পুনৰ মুখামুখি হব ভাৰত-পাকিস্তান।

* এছিয়া কাপত আজি দুয়ো দেশৰ খেল । 

* সন্ধ্যা ৭.৩০ ত আৰম্ভ হব এই খেল। 

* ডুবাই ইন্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত মুখামুখি হ'ব ভাৰত-পাকিস্তান।

* প্ৰথম খেলখনত ৫ উইকেটত বিজয় সাব্যস্ত কৰিছিল ভাৰতে।