আজি বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত শালকোচা গাওঁ-পঞ্চায়ত কাৰ্যালয়ত ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চা ধুবুৰী পূৱ জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। আগন্তুক দিনত বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যে এই কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ বেচাকিনা বিভাগকৰ অধ্যক্ষ অশোক কুমাৰ সিংহী, বিজেপিৰ যুৱ মৰ্চাৰ বিভিন্ন পৰ্যায়ৰ কৰ্ম কৰ্তা সকলে উপস্থিত থাকে।
বিলাসীপাৰা শালকোচা পঞ্চায়ত ভৱনত ভাৰতীয় জনতা যুৱ মৰ্চা ধুবুৰী পূৱ জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/09/nerity_56e22508fa4d67d24ca49237d93c8834.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)