মাজুলীবাসীৰ বাবে ভাল খবৰ ৷

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

আজি প্ৰায় চাৰিমাহে বন্ধ হৈ আছিল মাজুলী- যোৰহাট সংযোগী দলংৰ নিৰ্মাণ কাৰ্য্য ৷   অচিৰেই আৰম্ভ হব মাজুলী বাসীৰ সপোনৰ দলং ৷ মাজুলীত ৰাষ্ট্ৰীয় ঘাইপথ পাধিকৰনৰ অতিৰিক্ত সঞ্চালক প্ৰধান সঞ্জয় কুমাৰ নিৰ্মল উপস্থিত হৈ আস্বাস প্ৰদান কৰে ৷