মৰিগাঁৱৰ নৱ নিযুক্ত উপায়ুক্ত দেৱাশীষ শৰ্মাই শনিবাৰে সংবাদকৰ্মীৰে এক মতবিনিময় অনুষ্ঠানত মিলিত হয় । উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা মতবিনিময় সভাত জিলাখনৰ বান গৰাখহনীয়া, মৰিগাঁও চহৰৰ যানজট, পৰ্যটন আৰু পাটেকিবড়ী থানৰ উন্নয়ন আদি বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। নৱ নিযুক্ত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ সমস্যা সমূহ গুৰুত্ব সহকাৰে লৈ সমাধানৰ বাবে সকলোৰে সহযোগিতা বিচাৰে । তদুপৰি মৰিগাঁও জিলা ঘোষণা হোৱা ১৪ অক্টোবৰৰ দিনটোত উদযাপন কৰি অহা মৰিগাঁও দিৱসটো এইবাৰ জিলা প্ৰশাসনে সকলো দল সংগঠন,সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই থকা বুলিও উল্লেখ কৰি দিৱসটো সফল কৰি তুলিবলৈকো সকলোৱে সহযোগিতা কামনা কৰি কয় - মৰিগাঁও জিলাখন হৈছে এক ইতিহাস প্ৰসিদ্ধ জিলা। জিলাখনত যথেষ্ট সমস্যা আছে। ৰাজ্যৰ ৰাজধানীৰ গাতে লাগি থকা জিলা হিচাপে উন্নয়নৰ যথেষ্ট প্ৰয়োজন। সেয়েহে জিলাখনৰ উন্নয়ন সাধিবলৈ পাৰ্যমানে চেষ্টা কৰা হব যদিও এইক্ষেত্ৰত সকলো শ্ৰেণীৰ নাগৰিকৰে সহায় সহযোগিতা প্ৰয়োজন হব
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મુખ્યમંત્રી ભૂપેન્દ્ર પટેલનો મહત્વની જાહેરાત કરી
ગુજરાતના મુખ્યમંત્રીએ અમદાવાદના નાગરિકો માટે મહત્વની જાહેરાત કરી છે. અમદાવાદમાં રાજ્ય સરકાર...
किसान सन्मान योजनेसाठी ३१ ऑगस्टपर्यंत मुदत
प्रधानमंत्री किसान सन्मान निधी योजनेच्या शेतकरी लाभार्थ्यांना ई-केवायसी करावी लागणार आहे....
Neeraj Chopra के गोल्ड मेडल, Arshad Nadeem के सिल्वर जीतने पर क्या बोले पाकिस्तान के लोग (BBC Hindi)
Neeraj Chopra के गोल्ड मेडल, Arshad Nadeem के सिल्वर जीतने पर क्या बोले पाकिस्तान के लोग (BBC Hindi)
કાટવાણા ગામે નવ લાખ કરતા વધારેના સોનાના દાગીના સહિતના મુદ્દામાલની ચોરી થયાની ફરિયાદ નોંધાય
કાટવાણા ગામે નવ લાખ કરતા વધારેના સોનાના દાગીના સહિતના મુદ્દામાલની ચોરી થયાની ફરિયાદ નોંધાય
વિધર્મી યુવકો દ્વારા માતા અને દીકરી સાથે દુષ્-કર્મ આચર્યાની ફરિયાદ નોંધાઈ 2022 | Spark Today News
વિધર્મી યુવકો દ્વારા માતા અને દીકરી સાથે દુષ્-કર્મ આચર્યાની ફરિયાદ નોંધાઈ 2022 | Spark Today News