দৰং জিলাৰ খাৰুপেটীয়াৰ ঠাকুৰপট্টি আৰু শ্মশান পট্টিত আজি  দুটাকে  কৰণা প্ৰতিৰোধক  ভেকচিন শিবিৰৰ আয়োজন কৰা হয়।

জিলা স্বাস্থ্য বিভাগৰ সহযোগত আৰু নগৰ ৱাৰ্ড সদস্য আশীষ নান্দী, ভাৰতী হালৈ আৰু বিধায়ক ৰ প্ৰতিনিধি মাখন সাহা ৰনেতৃত্ব ১৮ + উদ্ধৰ লোকৰ বাবদ দুতীয় পালি আৰু বুষ্টাৰ দজ দিয়া হয়। আজি দুটা শিবিৰ ত ৩৫০ লোক ক ভেকচিন দিয়া হয়।