তিনিচুকীয়াত অব্যাহত আছে ড্ৰাগছবিৰোধী অভিযান ৷ শনিবাৰে তিনিচুকীয়াৰ দহোতীয়াচুক আৰু বৰদলৈ নগৰত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছসহ তিনি যুৱকক আটক কৰে ৷ ধৃত তিনি যুৱক ক্ৰমে ডিম্পল গগৈ, ৰাজীৱ দত্ত আৰু ৰিতুপৰ্ণ চেতিয়া। তিনি যুৱকক তিনিচুকীয়া আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધાનેરા મેમણ જમાઅત દ્વારા વિદ્યાર્થીઓને માર્ગદર્શન અને કારકિર્દી સેમિનાર યોજાયો
ધાનેરા મેમણ જમાઅત દ્વારા વિદ્યાર્થીઓને માર્ગદર્શન અને કારકિર્દી સેમિનાર યોજાયો
ವಿಧಾನಸಭೆ ಚುನಾವಣೆ ಪರಾಜಿತ ಕಾಂಗ್ರೆಸ್ ಅಭ್ಯರ್ಥಿಗಳ ಸಭೆ
ಬೆಂಗಳೂರು : ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ, ಕೆಪಿಸಿಸಿ ಅಧ್ಯಕ್ಷ, ಡಿಸಿಎಂ ಡಿ ಕೆ ಶಿವಕುಮಾರ್ ಅವರು ಶುಕ್ರವಾರ ಕ್ವೀನ್ಸ್...
डायबिटीज़ खतम करने के 5 स्टेप | Reverse Your Diabetes in 5 Steps
डायबिटीज़ खतम करने के 5 स्टेप | Reverse Your Diabetes in 5 Steps
বকতাত বুলেটৰ খুন্দাত মহিলাৰ মৃত্যু ।
চেপন-চূণপোৰা পথৰ বকতা কঁহাৰ গাঁৱত এখন বুলেটৰ খুন্দাত এগৰাকী ছাগলী বিছাৰিলৈ অহা মহিলা থিতাতে...
ৰহাত সুধাকন্ঠ ড° ভূপেন হাজৰিকাক স্মৰণ, ভূপেন্দ্ৰ গীতেৰে মুখৰিত ক্ষেত্ৰ।
সমস্ত ৰাজ্যৰ লগতে ৰহাতো সুধাকন্ঠ ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা ক দ্বাদশ বাৰ্ষিক মৃত্যু...