দৰঙৰ দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদ বৰ্তমান পৰিণত হৈছে গেলা পচা জাৱৰ পেলোৱা স্থানত৷ দলগাঁও দৈণিক বজাৰৰ মাছ মাংসৰ গেলা পচা সামগ্ৰী, জাৱৰ জোথৰ পেলাই এক অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে৷ দলগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত জাৱৰ জোথৰ পোলোৱাৰ কোনো স্থান নথকাত দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ পিছফালৰ স্থান এনেদৰে ব্যৱহাৰ হৈছে জাৱৰ পেলোৱাৰ স্থান হিচাবে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માસ્ક વિતરણ
જય દ્વારકાધીશ ઇન્સ્ટિટ્યૂટ ઑફ નર્સિંગ કોલેજ ખેરોજ દ્વારા
ખેડબ્રહ્મામાં.આધુનિક તથા કુસળ ડોકટરો ની...
'One Nation-One Election' Bill को Modi Cabinet की मंजूरी, क्या बोले सत्ता पक्ष और विपक्ष के नेता?
'One Nation-One Election' Bill को Modi Cabinet की मंजूरी, क्या बोले सत्ता पक्ष और विपक्ष के नेता?
12GB रैम और 512GB स्टोरेज के साथ लॉन्च हुआ Motorola Edge 50 Neo, चेक करें सारे स्पेक्स
मोटोरोला ने Motorola Edge 50 Neo फोन को यूके में लॉन्च कर दिया है। कंपनी का नया फोन Edge 50...
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা ও অভিনন্দন জ্ঞাপন
হাইস্কুল শিক্ষান্ত পৰিক্ষাত উত্তিৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা ও অভিনন্দন জ্ঞাপন