আজিও উপেক্ষিত হৈ আছে চুকাফাৰ মৈদাম। বৰ অসমৰ জনক স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামলৈ যোৱা পথটো লৈ শেহতীয়াকৈ সৃষ্টি হৈছে আন এক বিতৰ্ক।