গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মিলনজ্যোতি সংঘ, বিভিন্ন দল-সংগঠনৰ সহযোগত মানৱ শৃংখল কাৰ্যসূচী।ধেমাজি জিলাৰ জোনাইত সভ্য সমাজক লজ্জাজনত সংঘটিত নৃশংসভাৱে হত্যা কৰা গোলাপ বৰুৱাৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী ৰাজপথলৈ শ - শ প্ৰতিবাদ কাৰীয়ে।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं